Touch the screen or click to continue...
Checking your browser...
denpoem.pages.dev


Where was kailash satyarthi born

          Malala yousafzai

        1. Is kailash satyarthi alive
        2. Kailash satyarthi foundation
        3. Kailash satyarthi net worth
        4. Global march against child labour
        5. Kailash satyarthi foundation...

          কৈলাস সত্যাৰ্থী

          কৈলাস সত্যাৰ্থী (ইংৰাজী: Kailash Satyarthi; জন্ম: ১১ জানুৱাৰী ১৯৫৪) ভাৰতৰ এজন শান্তিৰ ন'বেল বঁটা বিজয়ী সক্ৰিয় শিশু অধিকাৰ কৰ্মী।[1] ১৯৮০ চনত তেওঁ ‘বচপন বচাও আন্দোলন’ আৰম্ভ কৰি প্ৰায় ৮০,০০০ শিশুৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ কাম কৰি আহিছে।[3][4]

          ২০১৪ চনত তেওঁক পাকিস্তানী সমাজকৰ্মী মালালা ইউছুফজাইৰ সৈতে যুটীয়াভাৱে “শিশু অৱদমনৰ বিৰুদ্ধে আৰু সকলো শিশুৰ শিক্ষাৰ অধিকাৰৰ হকে কৰি অহা সংগ্ৰামৰ বাবে” শান্তিৰ ন'বেল বঁটাৰে সন্মানিত কৰা হয়।[5][6]

          প্ৰাৰম্ভিক জীৱন

          [সম্পাদনা কৰক]

          ১৯৫৪ চনৰ ১১ জানুৱাৰী তাৰিখে মধ্য প্ৰদেশৰ বিদিশা জিলাত কৈলাস সত্যাৰ্থীৰ জন্ম হয়। তেওঁ বিদিশাৰ 'সম্ৰাট অশোক অভিযান্ত্ৰিক প্ৰতিষ্ঠান'ত (Samrat Ashok Technological Institute, SATI) বৈদ্যুতিক অভিযান্ত্ৰিকী বিভাগত[7] অধ্যয়ন কৰি high-voltage engineering বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰ পাছত কিছু বছৰলৈ তেওঁ ভূপালৰ এখন মহাবিদ্যালয়ত প্ৰৱক্তা হিচাপে শিক্ষাদান কৰে।[8]

          কৰ্মজীৱন

          [সম্পাদনা কৰক]

          ১৯৮০ চনত তেওঁ শিক্ষকতা জীৱন সামৰি Bonde